Breaking

টি-২০ বিশ্বকাপত আজি ছেমি ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু ইংলেণ্ড

0 17

আজি নিশা ৮ বজাত অনুষ্ঠিত হ’ব এই ভাৰত আৰু ইংলেণ্ডৰ মেচখন । ২০২২ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হোৱাত টি-২০ বিশ্বকাপৰ আশা নিৰ্বাপিত হৈছিল ভাৰত।

উল্লেখ কৰা প্ৰয়োজন যে ২৭ জুনত গায়ানাত বৰষুণ-বজ্ৰপাতৰ পূৰ্বাভাস পোৱা গৈছে । ঘণ্টাত ১০ৰ পৰা ১৫ বেগত বতাহও বলিব পাৰে বুলিও আগলি বতৰা দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ছেমিফাইনেলত বৰষুণৰ সম্ভাৱনা ৭০ শতাংশ।

Leave A Reply