Breaking

আগষ্টৰ পৰা ছেপ্টেম্বলৈ ভাৰতত হ’ব ধাৰাসাৰ বৰষুণ! এই তথ্য ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ…

0 34

আগষ্ট আৰু ছেপ্টেম্বৰ মাহত ভাৰতত স্বাভাৱিকতকৈ অধিক বৰষুণ হ’ব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ভৱিষ্যদ্বাণী কৰিছে। কেৰালাৰ ৱায়ানাদত বৰষুণৰ ফলত হোৱা ভূমিস্খলনে ২০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত তীব্ৰ বতৰৰ ফলত ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আগষ্ট আৰু ছেপ্টেম্বৰ মাহত স্বাভাৱিকতকৈ অধিক বাৰিষাৰ বৰষুণৰ পূৰ্বাভাস দিছে। কেৰালা, উত্তৰাখণ্ড, হিমাচল প্ৰদেশৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।

আগষ্ট মাহত প্ৰতি বছৰে গড় ১৭ চে.মি.তকৈ অধিক বৰষুণ আৰু ছেপ্টেম্বৰ মাহত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বৃহস্পতিবাৰে সংস্থাটোৱে এক বিবৃতিত কয় যে আগষ্টৰ পৰা ছেপ্টেম্বৰলৈকে সমগ্ৰ দেশতে গড় বৰষুণ স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.