আজি ভাৰত-শ্ৰীলংকাৰ তৃতীয়খন T-20 মেচ৷
সূৰ্যকুমাৰৰ নেতৃত্বত যুঁজত নামিব টীম ইণ্ডিয়া৷
ইতিমধ্যে শ্ৰীলংকাৰ বিৰুদ্ধে ২-০ৰ ব্যৱধানত শৃংখলা দখল কৰিছে ভাৰতে৷
শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন৷
সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব খেলখন।
Breaking