india

Football Tournament:সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

নগাঁৱৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ ব্যৱস্থাপনাত ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰত চলি থকা ইতিহাসপ্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা(Sindhura Hazarika) সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ(Football Tournament) আজি বিয়লি চূড়ান্ত খেলখন অনুষ্ঠিত হয়।

Mising Olympic:মিচিং অলিম্পিকৰ ফুটবল প্ৰতিযোগিতাৰ ডি জ’নত ধেমাজি চেম্পিয়ন

মিচিং জাতীয় সংগঠন টিএমপিকেৰ উদ্যোগত ২৮ নৱেম্বৰ আৰু ১ ডিচেম্বৰত অনুষ্ঠিত হ’বলগা মিচিং অলিম্পিকৰ(Mising Olympic) ফুটবল খেলসমূহ(football tournament) পূৰ্ণ গতিত জ’ন পৰ্যায়ত অনুষ্ঠিত হৈ আছে৷

National Press Day:বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

বোকাখাত সমজিলা প্রশাসন, বোকাখাতৰ মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত তথা বোকাখাত সমজিলাৰ সমূহ সাংবাদিকৰ সহযোগত সমগ্ৰ ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস(National Press Day) পালন কৰা হয়৷

Assam Football Players Association: অসম ফুটবল খেলুৱৈ সন্থাৰ নতুন সভাপতি জুৱেল বে, সম্পাদকৰ দায়িত্বত পুনৰবাৰ দূৰ্গা বড়ো

অসম ফুটবল খেলুৱৈ কল্যাণ সন্থাৰ(Assam Football Players Association) নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ জুৱেল বে(Jewel Bay), আনহাতে পুনৰবাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিছে আইএছএলৰ প্ৰাক্তন ফুটবলাৰ দূৰ্গা বড়োৱে(Durga Boro)।

Novel:অমিলতা টায়ে মিলিৰ নতুন উপন্যাস ‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল’

অসমৰ বিভিন্ন কাকত আলোচনীত কবিতা প্ৰকাশ পোৱা অমিলতা টায়ে মিলিক আমি এগৰাকী কবি বুলি জানি আহিছিলো, যদিও শেহতীয়াভাৱে অমিলতা টায়ে মিলিৰ এখন উপন্যাস(Novel) পঢ়ি পুলকিত হ'লো। 'দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল' উপন্যাসখনৰ নামেই পাঠকক আকৰ্ষণ কৰিব৷

Popular