india

Ras Festival began: ৫০খন পতাকা উত্তোলনৰে আৰম্ভ চিলাপথাৰ ৰাস মহোৎসৱৰ সোণালী জয়ন্তী সমাৰোহ

আজিৰে পৰা পাচঁদিনিয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল চিলাপথাৰ আঞ্চলিক ৰাস মহোৎসৱৰ(Ras Festival began) সোনালী জয়ন্তী বৰ্ষ সমাৰোহ। এতিয়া শৰৎ ঋতু। শৰৎৰ পূৰ্ণিমা নিশাত ভগৱান শ্ৰী কৃষ্ণই গোপীৰ সৈতে ৰাস ক্ৰীড়া কৰিছিল।

Children’s Day: শিশু দিৱস উদযাপন আৰু সংহত শিশু উন্নয়ন প্ৰকল্প

১৪ নৱেম্বৰত শিশু দিৱস(Children's Day) উদযাপনৰ হৈ আহিছে এই বিষয়ে পুনৰ ব্যাখ্যা কৰা প্ৰয়োজন নাই(14 November)।

Mising Olympics: গোগামুখত ১৫ মেগা ইভেন্টত ৩০০০ প্ৰতিযোগীৰে মিচিং অলিম্পিক

মিচিং জনগোষ্ঠীৰ নৱপ্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি আসক্তি বৃদ্ধি কৰা আৰু মাদকদ্ৰব্য বা নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰাই ৰাখিবৰ বাবে আৰম্ভ কৰা মিচিং অলিম্পিকে(Mising Olympics) এইবাৰ দ্বিতীয় সংস্কৰণত ভৰি দিলে৷

Foreign Tourists: বিদেশী পৰ্যটক শিলঘাটৰ জাহাজ ঘাটত নামি পালেগৈ গাঁও

প্ৰাকৃতিক, ঐতিহাসিক, সাংস্কৃতিক সমলৰে ভৰপূৰ অসমত এতিয়া দেশী-বিদেশী পৰ্যটকে(Foreign Tourists) ভিৰ কৰিছে। কলিয়াবৰতো লুইতৰ বুকুৰে জাহাজত অসম ভ্ৰমণলৈ আহিছে বিদেশী পৰ্যটক।

Assamese in Assam: অসমত অসমীয়া কোন?

সমাজত সঘনাই শুনিব পোৱা প্ৰশ্ন এটাই মনত বহুত ভাৱৰ বুৰবুৰনিৰ সৃষ্টি কৰে। আচলতে অসমত অসমীয়া(Assamese in Assam) কোন?

Popular