Breaking

ৱায়ানাডৰ উদ্ধাৰ অভিযানত সহায়ক হোৱাকৈ ১৯০ ফুট দীঘল দলং নিৰ্মাণ কৰিলে ভাৰতীয় সেনাই…

0 20

কেৰালাৰ ৱায়ানাডৰ উদ্ধাৰ অভিযানত সহায়ক হোৱাকৈ ভাৰতীয় সেনাই ৩১ ঘন্টাত নিৰ্মাণ কৰিলে ১৯০ ফুট দীঘল দলং। ভাৰতীয় সেনাৰ বিশেষ দলটোক নেতৃত্ব দিছিল মেজৰ সীতাই।

সফল অভিযানৰ পাছতে নিজৰ মন্তব্য প্ৰকাশ কৰে মেজৰ সীতাই, “মই ইয়াত নিজকে একমাত্ৰ মহিলা বুলি নাভাবো। মই এজন সৈনিক। সেনাবাহিনীত পুৰুষ-মহিলা নাই। মই ইয়াত ভাৰতীয় সেনাৰ প্ৰতিনিধি হিচাপে আছো আৰু এই লঞ্চিং টিমৰ অংশ হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰিছো।”

Leave A Reply

Your email address will not be published.