Breaking

টীম ইণ্ডিয়াৰ T-20 আৰু এদিনীয়া দলত স্থান লাভ ৰিয়ান পৰাগৰ…

0 44

শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা। T-20 আৰু এদিনীয়া শৃংখলাত স্থান লাভ ৰিয়ান পৰাগৰ। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত T-20 দল ঘোষণা। আনহাতে ৰোহিত শৰ্মাৰ নেতৃত্বত এদিনীয়া দল ঘোষণা BCCIৰ।

T-20 দলত আছে শুভমন গীল, যশস্বী জয়ছোৱাল, ৰিংকু সিং, ঋষভ পণ্ট, সঞ্জু ছেমছন, হাৰ্ডিক পাণ্ডিয়া, শিভম ডুবে, অক্সৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণই, অৰ্শ্বদীপ সিং, খলীল আহমেদ, মহম্মদ ছিৰাজ। ODIত শুভমন গীল (VC), বিৰাট কোহলি, কে এল ৰাহুল, ঋণভ পণ্ট, ODIত শ্ৰেয়াছ আয়াৰ, শিভম ডুবে, কুলদ্বীপ যাদৱ, মহম্মদ ছিৰাজ, ৱাশ্বিংটন সুন্দৰ, অৰ্শ্বদীপ সিং, অক্সৰ পেটেল, খলীল আহমেদ, হৰ্ষিত ৰাণাৰো ODIত স্থান লাভ।

Leave A Reply

Your email address will not be published.