Breaking

কলকাতাৰ কাণ্ডঃ শনিবাৰে দেশজুৰি ২৪ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ভাৰতীয় চিকিৎসক সন্থাৰ…

0 30

কলকাতাৰ চিকিৎসক মৃত্যুক লৈ উত্তাল দেশ।

দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা ভাৰতীয় চিকিৎসক সন্থাৰ।

শনিবাৰ (১৭ আগষ্ট)ৰ পৰা দেশজুৰি ২৪ঘণ্টীয়া ধৰ্মঘট IMAৰ।

প্ৰতিবাদৰ সময়ছোৱাত দেশৰ সকলো চিকিৎসালয়ত বন্ধ থাকিব OPD সেৱা।

বন্ধ থাকিব নির্বাচিত অস্ত্রোপচাৰ সেৱা।

Leave A Reply

Your email address will not be published.