Breaking

গুগল প্লেষ্ট’ৰৰ পৰা আঁতৰিল ভাৰতীয় মেট্ৰিমনি এপ…

0 22

গুগল প্লেষ্ট’ৰৰ পৰা আঁতৰিল ভাৰতীয় মেট্ৰিমনি এপ। মাচুল বিবাদৰ বাবে এই সিদ্ধান্ত গুগলৰ।

দেশৰ এণ্টিট্ৰাষ্ট কৰ্তৃপক্ষই পূৰ্বৰ ১৫% – ৩০% মাচুল ব্যৱস্থা নিষ্ক্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে বহু

ভাৰতীয় ষ্টাৰ্ট-আপ কোম্পানীয়ে ১১% – ২৬% মাচুল নিৰ্ধাৰণ বন্ধ কৰাক লৈ সূত্ৰপাত হৈছিল বিতৰ্কৰ।

Leave A Reply

Your email address will not be published.