Breaking

ট্ৰাম্পৰ বিৰুদ্ধে ডেম’ক্ৰেটিক প্ৰাৰ্থী হ’ব ভাৰতীয় মূলৰ কমলা হেৰিছ…

0 22

অৱশেষত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰিল বাইডেন।

ট্ৰাম্পৰ বিৰুদ্ধে ডেম’ক্ৰেটিক প্ৰাৰ্থী হ’ব ভাৰতীয় মূলৰ কমলা হেৰিছ।

অৱশেষত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰিল বাইডেন।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰ-পত্ৰত স্বাক্ষৰ কৰি আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব ঘোষণা কৰে কমলা হেৰিছে।

Leave A Reply

Your email address will not be published.