Breaking

কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা টেবুল টেনিছ দল..

0 15

কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা টেবুল টেনিছ দলৰ।

১৬ ৰাউণ্ডত ৰোমানিয়াক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা টেবুল টেনিছ দলৰ।

মণিকা বাট্ৰাৰা সুন্দৰ প্ৰদৰ্শনৰ চৰ্চা।

কোৱাৰ্টাৰ ফাইনেলত আমেৰিকা বা জাৰ্মানীৰ বিৰুদ্ধে খেলিব ভাৰতে।

Leave A Reply

Your email address will not be published.