Breaking

১৯ সংখ্যক এছিয়ান গেমছত পাকিস্তানক পৰাজয়ৰে ভাৰতৰ দশম স্বৰ্ণ পদক জয়

0 51

১৯ সংখ্যক এছিয়ান গেমছত পাকিস্তানক পৰাজয়ৰে ভাৰতৰ দশম স্বৰ্ণ পদক জয়।

পুৰুষৰ স্কোয়াছ দলৰ ফাইনেলত পাকিস্তানক ২-১ গ’লত পৰাস্ত কৰি এছিয়ান গেমছত ভাৰতে দশমটো স্বৰ্ণ পদক অৰ্জন কৰে।

নাছিৰ ইকবালৰ হাতত ৮-১১, ৩-১১, ২-১১ গ’লত পৰাস্ত হোৱাৰ পাছত ভাৰত ০-১ গ’লত পিছ পৰি আছিল।

মহম্মদ অসীম খানক ১১-৫, ১১-১, ১১-৩ গ’লত পৰাস্ত কৰি সৌৰভ ঘোষালে ১-১ গ’লত অগ্ৰগতি লাভ কৰে।

ডিচাইডাৰত অভয় সিঙে নুৰ জামানক ৫খন খেলত পৰাস্ত কৰে।

Leave A Reply

Your email address will not be published.