ডবা প্ৰতিযোগিতাত বিশ্ব চেম্পিয়ন খিতাপেৰে ইতিহাস ৰচিলে ভাৰতৰ গোকেশ ডম্মাৰাজুয়ে।

বিশ্ব চেম্পিয়ন খিতাপ জয় কৰা দেশৰ সৰ্বকনিষ্ঠ খেলুৱৈ ডি গোকেশ।

বিশ্বনাথন আনন্দৰ পাছতে FIDE বিশ্ব চেম্পিয়ন খিতাপ জয় কৰা দ্বিতীয়গৰাকী ভাৰতীয় ডি গোকেশ।