Breaking

২ আগষ্টৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলা…

0 36

২ আগষ্টৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলা। শ্ৰীলংকাৰ বিৰুদ্ধে ৩খনকৈ এদিনীয়া শৃংখলাৰ মেচ খেলিব ভাৰতে।

বিয়লি ২:৩০ বজাত শ্ৰীলংকাৰ কলম্বোৰ আৰ প্ৰেমদাছা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ।

ইতিমধ্যে ৩-০ৰ ব্যৱধানত T-20 শৃংখলা দখল কৰিছে ভাৰতীয় দলটোৱে।

Leave A Reply

Your email address will not be published.