Breaking

T20 বিশ্বকাপৰ SUPER-8ত আজি ভাৰতৰ তৃতীয়খন মেচ, অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব টীম ইণ্ডিয়া…

0 19

T20 বিশ্বকাপৰ SUPER 8ৰ আজি ভাৰতৰ তৃতীয়খন মেচ৷

অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব ৰোহিত শৰ্মা বাহিনী৷

সন্ধিয়া ৮ বজাত ছেইণ্ট লুচিয়াত অনুষ্ঠিত হ’ব ৰোমাঞ্চকৰ মেচখন৷

আজিৰ মেচখনত জয়ী হ’লেই ছেমি ফাইনেলত প্ৰৱেশ কৰিব ভাৰতীয় দলে৷

Leave A Reply