Breaking

বহিঃৰাজ্যত পুনৰ হত্যাৰ বলি হ’ল অসমীয়া লোক…

0 58

-বহিঃৰাজ্যত পুনৰ হত্যা অসমীয়া লোকক

গোৱাত হত্যাৰ বলি হ’ল জামুগুৰিহাটৰ এজন লোক



কৰ্মসংস্থাপনৰ তাগিদাত গোৱাত আছিল ইন্দ্ৰ নাথ

কৰ্ম স্থানৰ নিছেই কাষৰ এখন জংঘলত উদ্ধাৰ মৃতদেহটো

যুৱকজনৰ মৃতদেহ জামুগুৰিহাটৰ কৰতিপাৰ গাঁৱত উপস্থিত হোৱাৰ পাছতেই শোকাকুল পৰিৱেশ বিৰাজ অঞ্চলটোত

Leave A Reply

Your email address will not be published.