জাগীৰোডৰ নগাঁও কাগজ কলত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
অসম চৰকাৰক আনুষ্ঠানিক ভাৱে হস্তান্তৰ কাগজ কলৰ সম্পত্তি
অসম চৰকাৰৰ হাতলৈ আহিল হিন্দুস্তান কাগজ কল
লিকুইডেটৰক ৰাজ্য চৰকাৰে আদায় দিলে ৩৭৫ কোটি টকা
৩৭৫ কোটি টকাত ক্ৰয় নগাঁও আৰু কাছাৰ কাগজ কল
কাগজ কলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত
সকলো কৰ্মচাৰীক শীঘ্ৰেই আদায় দিয়া হ’ব প্ৰাপ্য ধন
কাগজ কলৰ ভূমিকলৈ শীঘ্ৰে নতুন পৰিকল্পনা কৰিব
অসম চৰকাৰেআজি এক ঐতিহাসিক দিন – মন্তব্য চন্দ্ৰমোহন পাটোৱাৰীৰ