Breaking

অস্থিৰতাৰ মাজতে আজি বাংলাদেশত অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ শপত ! বাংলাদেশৰ সময় অনুসৰি নিশা ৮ বজাত হ’ব শপতগ্ৰহণ অনুষ্ঠান…

0 29

অস্থিৰতাৰ মাজতে আজি বাংলাদেশত অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ শপত।

ন’বেল বিজয়ী মহম্মদ ইউনুছ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা। বাংলাদেশৰ সময় অনুসৰি নিশা ৮ বজাত হ’ব শপতগ্ৰহণ অনুষ্ঠান।

উপদেষ্টা পৰিষদত ১৫ জন সদস্য থকাৰ সম্ভাৱনা।

Leave A Reply

Your email address will not be published.