IPL 2025: আজি IPLৰ দ্বিতীয়খন মেচ, মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ

আজি IPLৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব।(IPL 2025)

মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ।

হায়দৰাবাদত বিয়লি ৩.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচখন।

আজি প্ৰথমখন আইপিএল মেচ নেতৃত্ব দিব ৰিয়ান পৰাগে।

আনহাতে কালি IPLৰ উদ্বোধনী মেচত বেংগালুৰুৰ জয়লাভ।

কলকাতাক ৭ উইকেটত পৰাস্ত কৰে RCBয়ে।

১৬.২ অভাৰতে জয়ৰ লক্ষ্যত উপনীত RCB।

Related Articles