আজিৰে পৰা IPLৰ ১৮ সংখ্যক সংস্কৰণ।(IPL 2025)
কলকাতাৰ ইডেন গার্ডেনত উদ্বোধনী মেচ হ’ব।
কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত হ’ব উদ্বোধনী মেচ।
খেলৰ পূৰ্বে সন্ধিয়া ৬বজাৰ পৰা বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।
আনহাতে ২৫ মে’ত হ’ব IPLৰ ফাইনেল মেচ।