আজি IPLত সমুখ সমুৰত মুম্বাই ইন্ডিয়ানছ বনাম গুজৰাট টাইটানছ।(IPL 2025)
সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব খেলখন।
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন।
আনহাতে কালি চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে জয় লাভ কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰে।
৫০ ৰানৰ ব্যৱধানত জয়লাভ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ।