IPL 2025: আজি গুৱাহাটীত ৰাজস্থান ৰয়েলছ আৰু KKRৰ হাইভল্টেজ মেচ

গুৱাহাটীৰ বৰ্ষাপাৰাত IPLৰ মহাৰণ।(IPL 2025)

আজি বৰ্ষাপাৰাৰ অসম ক্ৰিকেট এছ’চিয়েছনৰ ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত হাইভল্টেজ মেচ।

সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচখন।

ৰিয়ান পৰাগৰ নেতৃত্বত গুৱাহাটীত প্ৰথমবাৰলৈ খেল খেলিব ৰাজস্থান ৰয়েলছে।

Related Articles