Breaking

অসম আৰক্ষীক গৌৰৱান্বিত কৰিলে IPS বিষয়া শংকৰব্ৰত ৰায়মেধিয়ে ! বিশেষ সন্ত্ৰাস বিৰোধী অভিযানৰ বাবে লাভ কৰিলে গৃহমন্ত্ৰীৰ পদক…

0 52

অসম আৰক্ষীক গৌৰৱান্বিত কৰিলে IPS বিষয়া শংকৰব্ৰত ৰায়মেধিয়ে৷ বিশেষ সন্ত্ৰাসবিৰোধী অভিযানৰ বাবে লাভ কৰিলে গৃহমন্ত্ৰীৰ পদক ৷

ISISৰ বিৰুদ্ধে অভিযানত নেতৃত্ব দিছিল শংকৰব্ৰত ৰায়মেধিয়ে৷ দিল্লীৰ NIAৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত হৈ আছে শংকৰব্ৰত ৰায়মেধি৷

দিল্লীত অনুষ্ঠিত সন্ত্ৰাসবিৰোধী সন্মিলনত মেধিক এই পদক প্ৰদান৷ নগাঁৱৰ SP হৈ থকাৰ সময়তে ৰায়মেধিয়ে লাভ কৰিছিল গৃহমন্ত্ৰীৰ তদন্তত পাৰদৰ্শিতা পদক৷

Leave A Reply

Your email address will not be published.