Breaking

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে নগাঁৱৰ জাজৰি আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ইকবাল হুছেইন…

0 53

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে নগাঁৱৰ জাজৰি আৰক্ষীৰ আভিযান। অভিযানত গ্ৰেপ্তাৰ কুখ্যাত চাইবাৰ অপৰাধী ইকবাল হুছেইন।

ইকবালৰ পৰা আৰক্ষীয়ে জব্দ কৰে বহু সংখ্যক ছীমকাৰ্ড। ধৃত ইকবালৰ ঘৰ বটদ্ৰৱাৰ গেন্ধুৱা পথাৰত।

বৰ্তমানো পলাতক ইকবালৰ ভাতৃ আজমল হুছেইন। চাইবাৰ ক্ৰাইমৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ দুই ভাতৃৰ।

Leave A Reply

Your email address will not be published.