Breaking

গাজাত এম্বুলেন্সক আক্ৰমণ ইজৰাইলৰ…

0 51

গাজাত এম্বুলেন্সক আক্ৰমণ ইজৰাইলৰ। শুকুৰবাৰে উত্তৰ গাজাৰ পৰা আহতসকলক উলিয়াই আনিবলৈ ব্যৱহাৰ কৰা এম্বুলেন্সৰ ওপৰত ইজৰাইলে বিমানেৰে আক্ৰমণ কৰে। ১৫ জন লোক নিহত হোৱাৰ লগতে ৬০ জন আহত হয়।


গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ আশ্ৰাফ আল কিদ্ৰাই কয় যে গাজা চহৰৰ আল শ্বিফা চিকিৎসালয়ৰ ওচৰত ইজৰাইলে লক্ষ্য কৰি লোৱা কনভয়ৰ অংশ আছিল এই এম্বুলেন্সখন।


ইজৰাইলে যোৱা মাহত সকলো সাধাৰণ নাগৰিকক উত্তৰ গাজা এৰি যাবলৈ নিৰ্দেশ দিছিল। গাজাৰ উত্তৰ অঞ্চল এৰি সাধাৰণ লোকক নিৰ্দেশ দিয়াৰ পিছতো ইজৰাইলী বাহিনীয়ে ষ্ট্ৰিপৰ দক্ষিণ অংশত বোমা বিস্ফোৰণ অব্যাহত ৰাখিছে।


Leave A Reply

Your email address will not be published.