চন্দ্ৰযান-৩ৰ পিছত সূৰ্যৰ ওপৰত গৱেষণাৰ বাবে সাজু ইছৰো…

চন্দ্ৰযান-৩ৰ পিছত সূৰ্যৰ ওপৰত গৱেষণাৰ বাবে সাজু ইছৰো।

আদিত্য এল ১ৰ সৈতে নতুন মিছন ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ।

সূৰ্য্যৰ গতিবিধি আৰু ইয়াৰ বিকিৰণ পৰ্যবেক্ষণৰ বাবে হ’ব এই অভিযান।

চন্দ্ৰযান-৩ৰ পিছত পৰৱৰ্তী অভিযানৰ বাবে সাজু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা।

আদিত্য এল ১ হ’ব সূৰ্য্যৰ ওপৰত অধ্যয়ন কৰা প্ৰথমটো ভাৰতীয় অভিযান।

মহাকাশযানখনক পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত থকা কক্ষপথত স্থাপন কৰা হ’ব।

সৌৰ গতিবিধি আৰু মহাকাশৰ বতৰৰ ওপৰত পৰ্যবেক্ষণ কৰিব এই অভিযানে।

Related Articles