Breaking

হাতচাপৰিৰ মাজতে সংসদত প্ৰথমবাৰৰ বাবে পুত্ৰক স্তনপান কৰালে সাংসদে

0 74

ইটালীৰ সাংসদ গিল্ডা স্প’ৰ্টিয়েলোৱে সংসদৰ চেম্বাৰ অৱ ডেপুটিছত নিজৰ পুত্ৰক স্তনপান কৰাই, যিটো ইটালীৰ সংসদৰ বাবে প্ৰথম।

স্প’ৰ্টিয়েলোৰ সহকৰ্মীসকলে হাত চাপৰি বজাই তেওঁৰ পুত্ৰ ফেডেৰিকোক “দীঘলীয়া, মুক্ত আৰু শান্তিপূৰ্ণ জীৱন” কামনা কৰে।

নৱেম্বৰ মাহত সংসদীয় পেনেলে মহিলা সাংসদসকলক চেম্বাৰত নিজৰ সন্তানক স্তনপান কৰোৱাৰ অনুমতি দিছিল আৰু স্প’ৰ্টিয়েলোৱে এই নিয়ম গৃহীত কৰাৰ বাবে আগবাঢ়ি আহে।

Leave A Reply

Your email address will not be published.