৪ দিনে সন্ধান নাই ৰমেন বৰুৱাৰ, ক’ত হেৰাল প্ৰবীণ সংগীত শিল্পীগৰাকী…

বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন হোৱা আজি ৪ দিন হ’ল। চাৰি দিনে নিখোজ প্ৰবীণ শিল্পীগৰাকী।সকলোৱে মুখে মুখে প্ৰশ্ন ক’ত হেৰাল সংগীত পৰিচালক ৰমেন বৰুৱা।

শিল্পীগৰাকীৰ সন্ধানত মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান। আনহাতে শিল্পীগৰাকীৰ নিৰুদ্দেশক লৈ পৰিয়াল আৰু গুণমুগ্ধৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে।

Related Articles