Breaking

আকৌ বৰষুণ!

0 18

আকৌ আহিব বৰষুণ! আগন্তুক ২৪ ঘণ্টাৰ বাবে বিভিন্ন স্থানত ৰেড এলাৰ্ট জাৰি


গৰমে জুৰুলা কৰিছে সৰ্বসাধাৰণক। গৰম আৰু আৰ্দ্ৰতাৰ মাজতে ডাঙৰ সকাহ পাইছে দিল্লী-এনচিআৰবাসীয়ে। বুধবাৰে সন্ধিয়া হঠাতে এন চি আৰৰ বতৰ সলনি হোৱাৰ লগে লগে আকাশত দেখা গ’ল ক’লা ডাৱৰ। বহু অঞ্চলত বৰষুণ দিবলৈ ধৰিলে। বৰষুণৰ বাবে প্ৰচণ্ড গৰমৰ পৰা সকাহ পাইছে ৰাইজে।

আকৌ আহিব বৰষুণ! আগন্তুক ২৪ ঘণ্টাৰ বাবে বিভিন্ন স্থানত ৰেড এলাৰ্ট জাৰি
আকৌ আহিব বৰষুণ!

বুধবাৰে সন্ধিয়াৰ পৰা দিল্লী-এনচিআৰত ধাৰাসাৰ বৰষুণ হৈ আছে। উৎকট গৰমৰ মাজতে অহা এই বৰষুণজাকে দিছে সকাহ। এই ধাৰাসাৰ বৰষুণৰ ফলত এন চি আৰৰ বহু অঞ্চলত পানী জমা হৈছে। পানী জমা হোৱাৰ বাবে পথ বন্ধ হৈ পৰিছে, যাৰ বাবে পথচাৰীসকলে বহু সমস্যাৰ সন্মুখীন হৈছে। সন্ধিয়া কাৰ্যালয়ৰ পৰা ওলোৱা কৰ্মচাৰীসকল বৰষুণৰ বাবে পথত আবদ্ধ হৈ পৰিছে।

Leave A Reply

Your email address will not be published.