Breaking

মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ জাফাৰ…

0 27

শোক প্ৰকাশ

মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক তথা district media club ৰ সভাপতি ৰাতুল ডেকাৰ আকস্মিক মৃত্যুত জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম (জাফা)ৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাই।


লগতে শোকাকুল পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰে।

পৰিয়ালটোৰ এই দুখৰ দিনত সহায় – সহযোগিতাৰ হাত আগবঢ়াবলৈ জাফাৰ সতীৰ্থ সকলোক অনুৰোধ ।

Leave A Reply

Your email address will not be published.