Breaking

জেআাইচি  ইন্টাৰনেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা অনুষ্ঠিত…

0 19

জেআাইচি  ইন্টানেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা

শনিবাৰে জিআাইচি ইন্টানেচলেন মেঘা ইভেন মহিলা সমিতিৰ উদ্যোগত উদ্যোক্তা ৰস্মি পেৰিয়ালৰ সহযোগত  আঠগাঁৱৰএপি হোমত কাপোৰ আৰু গোল্ডৰ মেলা এদিনৰ কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷

শুভ উদ্বোধন কৰে গুৱাহাটী পৌৰনিগৰ ১৮ নং ৱাৰ্ডৰ পাৰিষদ শকংৰ চক্ৰৱৰ্তীয়ে  উক্তমেলাৰ কাৰ্যসূচীত প্ৰায় ৩৫ খনৰো অধিক মহিলা ষ্টল অংশ গ্ৰহণ কৰে ৷

ষ্টলসমুহত প্ৰাই তিনিলাখৰো  অধিক টকাৰ বিক্ৰি হয় বুলি জে আইচি ইন্টাৰনেচলেনৰ উদ্যোক্তা ৰস্মি  পেৰিয়ালে জানিবলৈ দিয়ে ।

Leave A Reply

Your email address will not be published.