জনপ্ৰিয় শিল্পী অপূৰ্ব বেজবৰুৱা অসুস্থ

•গুৰুতৰভাবে অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱা


•সংকটজনক অৱস্থাত দিছপুৰ পলিক্লিনিকত চিকিত্সাধীন বেজবৰুৱা


•ব্ৰেইন ষ্ট্ৰ’ক আক্ৰান্ত হৈছে জনপ্ৰিয় শিল্পীগৰাকী


•বহু কালজয়ী গীতত কণ্ঠ নিগৰাইছে অপূৰ্ব বেজবৰুৱাই


•কেইবাদশক ধৰি সুৰীয়া কণ্ঠৰে অসমবাসীক মোহাচ্ছন্ন কৰি ৰাখিছে


•বেজবৰুৱাৰ আশু আৰোগ্য কামনা গুণমুগ্ধৰ

Related Articles