Breaking

মাজুলীত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ!

0 55

মাজুলীত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন ছাত্ৰৰ মৃত্যু।

নিহত ছাত্ৰগৰাকী গেজেৰাৰ ৰাহুল পেগু।

ধেমাজি কলেজৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ আছিল ৰাহুল পেগু।

ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত মৃত্যু ৰাহুল পেগুৰ।

২১ জুলাইৰ পৰা জ্বৰত ভুগিছিল ৰাহুলে।

Leave A Reply

Your email address will not be published.