Breaking

নগাঁৱৰ ধিঙত জঘন্য ঘটনা সন্দৰ্ভত দুজন যুৱকক সন্দেহজনক অৱস্থাত আটক জোনাইদুল ইছলাম আৰু তফাজ্জুল ইছলাম…

0 20

নগাঁৱৰ ধিঙত জঘন্য ঘটনা। টিউচনৰ পৰা ওভতা নাবালিকাক ৩ দুৰ্বৃত্তই ধৰ্ষণ কৰাৰ অভিযোগ।

৩ দুৰ্বৃত্তই কিশোৰীগৰাকীক পেলাই থৈ গ’ল পথৰ দাঁতিত। মুমূৰ্ষু অৱস্থাত একাংশ লোকে উদ্ধাৰ কৰে নাবালিকাগৰাকীক।

ঘটনা সন্দৰ্ভত দুজন যুৱকক সন্দেহজনক অৱস্থাত আটক। আটক জোনাইদুল ইছলাম আৰু তফাজ্জুল ইছলাম।

Leave A Reply

Your email address will not be published.