Breaking

হঠাৎ অসুস্থ জুবিন গাৰ্গ! নেমকেয়াৰ হাস্পতালত ভৰ্তি জুবিন গাৰ্গক…

0 76

হঠাৎ অসুস্থ জুবিন গাৰ্গ।

গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি শিল্পীগৰাকীক।

আজি পুৱা ১০ বজাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে জুবিন গাৰ্গক।

বৰ্তমান জুবিন গাৰ্গৰ স্বাস্থ্য সুস্থিৰ বুলি জনায় হাস্পতাল কৰ্তৃপক্ষই।

Leave A Reply

Your email address will not be published.