Kishor Deka Raja: মৰিগাঁৱৰ সাংবাদিক কিশোৰ ডেকাৰজাৰ আকস্মিক মৃত্যু

মৰিগাঁৱৰ সাংবাদিক কিশোৰ ডেকা ৰজাৰ আকস্মিক মৃত্যু।(Kishor Deka Raja) 

নিশা কৰ্মস্থলী পৰা ঘৰলৈ গৈ থকাৰ সময়তেই এক পথ দুৰ্ঘটনাত মৃত্যু হয় সাংবাদিকজনৰ।

দীৰ্ঘদিন ধৰি সাংবাদিকতাৰ লগত জড়িত হৈ আছিল সাংবাদিক কিশোৰ ডেকাৰজা ।

সাংবাদিকজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ মৰিগাঁৱতে।

বৰ্তমান time 8 ৰ মৰিগাঁও সাংবাদিক হিচাবে কৰ্মৰত আছিল।

পূৰ্বতে সাংবাদিক জন চেটেলাইট চেনেল ND24 সৈতেও জড়িত আছিল।

Related Articles