Breaking

পদিনা খালে স্বাহ্যৰ কি কি উপকাৰ হয় জানক…

0 260

মচন্দৰী অতি উপকাৰী বনৌষধি উদ্ভিদ ।

মচন্দৰীৰ প্ৰাকৃতিক পৰিবেশ শোধন কৰিব পৰা গুণ আছে ।

কেঁচাকৈ খোৱা মচন্দৰী অতি উপকাৰী ।

এণ্টি-অক্সিডেণ্ট গুণ থকা মচন্দৰীয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ।

নিয়মিয়াকৈ মচন্দৰী খালে ৰক্ত কণিকা বৃদ্ধি হয় ।

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ।

হৃদ যন্ত্ৰ সবল কৰে ।

নিয়মিয়াকৈ মচন্দৰী খালে দৃষ্টি শক্তি বাঢ়ে । স্নায়ুতন্ত্ৰ সবল হয় ।

কিডনি সুৰক্ষিত কৰে ।

শৰীৰৰ মাংস পেশী সবল কৰে ।

ইনফ্লুৱেঞ্জা , কাহ-কফ নিৰাময়ত সহায় কৰে ।

কোষ্ঠকাঠিন্যতাৰ সমস্যা দূৰ কৰে ।

খজুৱতি , এলাৰ্জি আদি ছালৰ সমস্যা প্ৰতিৰোধ কৰে ।

ব্ৰংকাইটিছ , নিউমোনিয়া জ্বৰত মচন্দৰী অতি উপকাৰী ।

গ্ৰহণী , তেজ গ্ৰহণী , পেটৰ বিষ আদি সমস্যাত মচন্দৰী সুফল দায়ক ।

নহৰুৰ সৈতে মচন্দৰী খালে আভোক , অৰুচি দূৰ হয় ।

জালুকৰ লগত মচন্দৰী খালে শ্বাস জনিত সমস্যাত উপকাৰ পোৱা যায় ।

মচন্দৰীৰ লগতে পদিনাও অতি উপযুক্ত।

Leave A Reply

Your email address will not be published.