Breaking

ৰাছিয়াৰ আটাইতকৈ সুন্দৰী বাইকাৰ’ হিচাপে পৰিচিত তাতয়ানা অ’জ’লিনাৰ মটৰচাইকেল দুৰ্ঘটনাত মৃত্য়ু…

0 27

ৰাছিয়াৰ আটাইতকৈ ধুনীয়া বাইকাৰ’ হিচাপে পৰিচিত তাতয়ানা অ’জ’লিনাৰ মৃত্যু। তুৰ্কীত এক মটৰচাইকেল দুৰ্ঘটনাত মৃত্যু হয় বাইকাৰগৰাকীৰ।

ৰাইডিঙৰ সময়তে এখন ট্ৰাকত খুন্দা মাৰে অ’জ’লিনাৰ বাইকে।

দুৰ্ঘটনাগ্ৰস্ত মহিলা বাইকাৰগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে তাতয়ানা অ’জ’লিনাক।

Leave A Reply

Your email address will not be published.