October 16, 2020 জনপ্ৰিয় শিল্পী কুমাৰ চানু কোৰোনাত আক্ৰান্ত Share FacebookTwitterWhatsAppTelegramKooEmail ডিজিটেল ডেস্কঃ জনপ্ৰিয় শিল্পী কুমাৰ চানু আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। বৰ্তমান হোম কোৱাৰেন্টাইনত থকা শিল্পীগৰাকী নিজৰ ফেচবুক পেইজত কোৰোনাত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে৷ শিল্পীগৰাকীৰ বিভিন্নজন অনুৰাগীয়ে তেওঁ আশু আৰোগ্য কামনা কৰিছে। Related Articles Waking: প্ৰতি নিশা একে সময়তে সাৰ পালে বহু ৰোগৰ ইংগিত পোৱা যায়! দৈনন্দিন বাৰ্তা - March 14, 2025 Aamir Khan: এগৰাকী ৰহস্যময়ী যুৱতীৰ সৈতে জন্মদিন উদযাপন কৰিলে আমিৰ খানে, প্ৰকাশ কৰিলে প্ৰেমিকাৰ নাম ! দৈনন্দিন বাৰ্তা - March 14, 2025 ASIDC Ltd: ভাৰত চৰকাৰৰ MSME মন্ত্ৰালয়ৰ RAMP আঁচনিৰ অধীনত ASIDC Ltd দৈনন্দিন বাৰ্তা - March 14, 2025