শীৰ্ষ ১০ৰ ৬ টা স্থান দখল কৰি জিলিকিল লখিমপুৰ

লখিমপুৰৰ পৰা শীৰ্ষত ৬ গৰাকী শিক্ষাৰ্থী

শীৰ্ষ ১০ৰ ৬ টা স্থান দখল কৰি জিলিকিল লখিমপুৰ

৫৯৭ নম্বৰেৰ প্ৰথম স্থানত লখিমপুৰ চেন্ট মেৰীজ হাইস্কুলৰ ৰক্তোৎপল শইকীয়া

৫৯৫ নম্বৰেৰে তৃতীয় স্থানত বিহপুৰীয়াৰ লোহিত দিক্ৰং হাইস্কুলৰ পাৰ্থ প্ৰতীম দাস

৫৯৩ নম্বৰেৰে পঞ্চম স্থানত লখিমপুৰ চেন্ট মেৰীজ হাইস্কুলৰ ইকুইত অবোত দত্ত

৫৯১ নম্বৰেৰে সপ্তম স্থানত পিঠাগুৰিয়া জৱাহৰজ্যোতি হাইস্কুলৰ শৰ্মিষ্ঠা ভৰদ্বাজ

৫৮৯ নম্বৰেৰে নৱম স্থানত নাৰায়নপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ পাৰ্থ প্ৰতীম বৰা

৫৮৮ নম্বৰেৰে দশম স্থানত লখিমপুৰ চেন্ট মেৰীজ হাইস্কুলৰ আয়ন মিত্ৰ

Related Articles