Breaking

আজি লক্ষী পূজা, ঐশ্বৰ্যৰ আৰাধ্য দেৱীৰ পূজাক লৈ মহানগৰীতো নাই বিগত বৰ্ষসমূহৰ দৰে উছাহ

1 589

দৈনন্দিন বাৰ্তা সেৱাঃ আজি লক্ষী পূজা। ক’ৰনা মহামাৰীৰ আতংকৰ মাজতে ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা সকলো নিয়ম মানি পূজা সমিতিসমূহেও লক্ষী পূজাৰআয়োজন কৰিছে। লক্ষ্মী বন্দনা, শংখ-ধ্বনি, মন্ত্ৰোচ্চাৰণেৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰ এতিয়া মুখৰিত হৈ পৰিব লক্ষী মন্দিৰসমূহ।

শুক্ৰবাৰে ধন-সম্পদ, ঐশ্বৰ্য-বিভূতি, সৌভাগ্যদায়িনী দেবী মহালক্ষ্মীৰ পূজা। পঞ্জিকাৰ নিসম অনুসৰি আজি সন্ধিয়া ৫ বাজি ৩০ মিনিটৰ লক্ষ্মী পূৰ্নিমা তিথি আৰম্ভ হোৱাৰ লগতে শনিবাৰে সন্ধিয়া ৭ বজাত অন্ত পৰিব পূৰ্নিমা তিথি।

ঐশ্বৰ্যৰ আৰাধ্য দেৱীৰ পূজাক লৈ মহানগৰীতো নাই বিগত বৰ্ষসমূহৰ দৰে উছাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ লক্ষ্মী পূজা উদযাপন কৰা হ’ব।

1 Comment
  1. tehorgo says

    In the first group, 100 mg clomiphene and the second group 50 mg clomiphene 20 mg tamoxifen were given for days 5- 9 of menstrual cycle dapoxetina comprar online The generation of ERО± mice has previously been described 12

Leave A Reply

Your email address will not be published.