Latasil Bihu 2025: লতাশিলৰ বিহুৰাণী আৰু বিহু কুঁৱৰী খিতাপ ২০২৫ কোনে আজুৰিলে ?

লতাশিলত অনুষ্ঠিত বিহু কুঁৱৰী আৰু বিহুৰাণী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা৷ (Latasil Bihu 2025)

বিহুৰাণীৰ সন্মান ২০২৫ লাভ কৰিলে ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁয়ে।

আনহাতে দুলীয়াজানৰ দীক্ষা গগৈয়ে লাভ কৰে বিহু কুঁৱৰীৰ ২০২৫ৰ সন্মান৷

১৮ গৰাকী নাচনীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত ঐতিহাসিক লতাশিল বিহুত।

Related Articles