ফুটবলৰ ইতিহাসৰ সৰ্বাধিক সজ্জিত খেলুৱৈ হিচাপে পৰিগণিত লিয়নেল মেছি…

ইণ্টাৰ মিয়ামি আৰু আৰ্জেণ্টিনাৰ ফৰৱাৰ্ড লিয়নেল মেছি ফুটবলৰ ইতিহাসৰ আটাইতকৈ সজ্জিত খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

২০২৩ চনৰ লীগ কাপৰ ৰূপত ক্লাব আৰু দেশৰ হৈ ৪৪ সংখ্যক ট্ৰফী দখল কৰাৰ পিছত মেছিয়ে এই কৃতিত্ব অৰ্জন কৰে।ইণ্টাৰ মিয়ামীয়ে পেনাল্টিত ১০-৯ গ’লত নেশ্বভিলক পৰাস্ত কৰি প্ৰতিযোগিতাখন জয় কৰে।

মেছিয়ে বাৰ্চিলোনাৰ প্ৰাক্তন সতীৰ্থ ডানি আলভেছৰ ৪৩টা ট্ৰফীৰ অভিলেখ অতিক্ৰম কৰে।

Related Articles