ৰাজ্যত নিশা খোলা নাথাকে বাৰ, সুৰাৰ বিপণি।(Liquor Stores)
পূৰ্বৰ দৰে ১০ বজাতেই বন্ধ হ’ব সুৰাৰ বিপনী।
সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আন ব্যৱসায়িক প্ৰতিষ্ঠানহে খোলাৰ সময় বৃদ্ধি কৰা সিদ্ধান্ত লৈছে বুলি টুইটযোগে স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।
বাৰ আৰু সুৰা বিপণিৰ ক্ষেত্ৰত প্রযোজ্য থাকিব পূৰ্বৰ সময়সূচীয়ে।
The government has decided to extend operating hours for Shops and establishments. However this extension does not apply to liquor stores and bars. All concerned parties should note this clarification.
— Himanta Biswa Sarma (@himantabiswa) March 20, 2025
গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত ২৪ ঘণ্টাই খোলা থাকিব দোকান।
আনহাতে অন্য জিলাসমূহত নিশা ২ বজালৈ খোলা থাকিব দোকান-পোহাৰ।
ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।