স্থানীয় বাৰ্তা

হাৰিয়া নৈত ডুব যোৱা বৰক’লাৰ যুৱক চিংকু বৰদলৈ মৃতদেহ উদ্ধাৰ ৷

দৈনন্দিন বাৰ্তাৰ সেৱা ননৈ : নগাঁও জিলাৰ বৰক’লা আদৰ্শ লালুং গাৱঁৰ চিংকু বৰদলৈ নামৰ এজন যুৱক (৩৫) হাৰিয়া নৈত গা ধুবলৈ বুলি যাওঁতে নৈৰ বুকুত...

মহাবিদ‍্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিত জটিলতা ; বেংক একাউণ্ট খুলিবলৈ গৈ সমস‍্যাত ছাত্ৰ-ছাত্ৰী। নিৰাময়ৰ বাবে কলিয়াবৰ মহাবিদ‍্যালয় আছু গোটৰ স্মাৰকপত্ৰ।

কলিয়াবৰ :  অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় সমূহত নতুন নামভৰ্তি চলি থকা সময়তে কলিয়াবৰ মহাবিদ্যালয়ৰো নতুন নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু বহু ছাত্ৰ-ছাত্ৰী এতিয়া...

অসমৰ কৃষিভূমি শ্ৰেণী পৰিৱৰ্তনৰ নীতি বাতিলৰ দাবীত অসম জাতীয়তা যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান ।

কলিয়াবৰ : অসমৰ খিলঞ্জীয়ৰ অধিকাৰ আৰু জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল'গানেৰে অসমৰ ক্ষমতা দখল কৰা ভাজপা নেতৃত্বধীন চৰকাৰখনৰ এটাৰ পিছত এটাকৈ লোৱা হঠকাৰী সিদ্ধান্তই অসমৰ অস্তিত্ব...

গড়গাঁও মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক দীপজ্যোতি গোৱালাই ।

নাজিৰা : অসম চৰকাৰৰ ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী কোষ (State Tobacco Control Cell, Assam), ৰাষ্ট্ৰীয় সেৱা আঁচনি অসম, 'Assam Cancer Care Foundation, আৰু 'Tata...

নগাঁৱৰ বৃহত্তৰ মৰিকলং-বৰঘাটত ক’ৰোনা গণসংক্ৰমণৰ আশংকা। নগাঁৱত ক’ৰোনা আক্ৰান্ত যুৱকৰ মুকলি বিচৰণ ।

ননৈ : কৰোণা ভাইৰাছৰ গণ সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে নগাঁও জিলা৷ কোনো ভ্ৰমণ বৃত্তান্ত নথকা কেইবাজনো লোক বৰ্তমান সময়ত নগাঁৱত আক্ৰান্ত হৈয়ে আছে ৷...

Popular