স্থানীয় বাৰ্তা

পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়া আছুৰ বিক্ষোভ কাৰ্যসূচী ।

তিনিচুকীয়া : পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদকল্পে আজি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।...

কোৰোণাৰ আক্ৰান্তৰ সাক্ষ্যগ্ৰহণ কৰিছিল নগাঁৱৰ ন্যায়িক দণ্ডাধীশে । নগাঁৱৰ ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ দুগৰাকী দণ্ডাধীশসহ ৫ জনৰ দেহত কোৰোণাৰ অৱস্থিতি ।

নগাঁও : নগাঁও জিলাৰ ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ দুগৰাকী বিষয়া আৰু তিনিগৰাকী কৰ্মচাৰীসহ মুঠ ৫ জনকৈ লোকৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ উপস্থিতি। বৃহস্পতিবাৰৰ দিনটোত ক'ভি়ড-১৯ পজিটিভ...

শিৱসাগৰত ৰাজহ মন্ত্ৰী যোগেন মহনৰ প্রতিৰোধী বন্ধু সকলৰ সৈতে মত-বিনিময় । প্ৰতিৰোধী বন্ধুসকলৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ ।

শিৱসাগৰ : অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে কালি শিৱসাগৰ জিলাত উপস্থিত হৈ উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত জিলাখনৰ ভালেসংখ্যক প্ৰতিৰোধী বন্ধুৰ...

সীমান্তৰ গেলেকীত নগা পাহাৰৰ ভূমিস্খলন। বাৰিষা দৈখনা নদীৰ বাঢ়নি পানীয়ে ধ্বংস কৰিছে দুশ বিঘাৰ অধিক ভূমিৰ চাহ গছ, এহেজাৰ বিঘা ভূমিৰ খেতি নষ্ট ।...

নাজিৰা : চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ চুড়ান্ত দায়িত্বহীনতাৰ বাবেই নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত নগাপাহাৰৰ ব্যাপক ভূমিস্খলনৰ বাবে নগা পাহাৰৰ পৰা বৈ অহা দৈখনা...

শিৱসাগৰ জিলা শিক্ষা বিষয়া আব্দুল জেলিলক অভিনন্দন নাজিৰা চিত্ৰ কলা কেন্দ্ৰৰ অধ্যক্ষ আলী হাইদৰৰ ।

নাজিৰা : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰত শিৱসাগৰ জিলাই শীৰ্ষ স্থান আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো জিলাখনৰ সন্তোষজনক ফলাফলৰ বাবে শিৱসাগৰ...

Popular