স্থানীয় বাৰ্তা

নাজিৰাৰ ঐতিহাসিক ৰাজগড়-বাঁহগড় সংযোগী পথ অৱৰোধ কৰিলে মহিলাই ।

নাজিৰা : নাজিৰা মহকুমাৰ অন্তৰ্গত ঐতিহাসিক ৰাজগড়-বাহগড় পথটো অতিকে জৰাজীৰ্ণ তথা প্ৰকাণ্ড দ দ গাঁতে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগাইছে ৰাইজক । পথচাৰী সঘনাই দুৰ্ঘটনাস্থ হৈ...

সত্যকাম হাজৰিকাক প্ৰত্যাহ্বান আমছাৰ : ৰাইজক বিভ্ৰান্ত নকৰিবলৈ মঙ্গলদৈত সংবাদমেল যোগে আহবান ।

মঙ্গলদৈ : কৰোণা মহামাৰী সম্পৰ্কত ডাঃ সত্যকাম হাজৰিকাই কৰা মন্তব্যক প্ৰত্যাহ্বান জনাইছে অসম চিকিৎসা সেৱা সন্থাই। কালি মঙ্গলদৈ ইউথ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত...

মাজুলী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বান প্ৰভাৱিত এলেকাত দমকল আৰু অস্থায়ী টয়লেট স্থাপন ।

উজনি-মাজুলী : জনস্বাস্থ্য কাৰিকৰী বিভাগে সোমবাৰে ৰতনপুৰ মিৰি গাঁও পঞ্চায়তৰ জাবৰচুক, গেজেৰাৰ লগতে দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়তৰ বানপ্ৰভাৱিত এলেকাত খোৱাপানীৰ দমকল বঢ়োৱা, বিকল দমকল...

ৰাইজৰ গাঠিৰ ধন ভাঙি মেৰামতি কৰিলে বাকচুৰ বিধ্বস্ত মথাউৰি।

নাজিৰা : অসম চৰকাৰৰ জনসম্পদ বিভাগৰ অকমন্যতা আৰু গুৰুত্ব হীনতাৰ বাবেই শিৱসাগৰ জিলাৰ বৃহত্তৰ বাকচুবাসী জনগণে বছৰ বছৰ ধৰি বিধ্বস্ত দিচাং নদীৰ মথাউৰিয়ে দি...

ভাৰত স্বাধীনতাৰ ৭০ টা বছৰেও উন্নয়নৰ আঁচনিৰে ঢুকি নোপোৱা এটি জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে লাটুম গাওঁবাসীক : মেৰামতিত নামিল আৱাল বৃদ্ধ-বনিতা ।

নাজিৰা : দেশৰ স্বাধীনতাৰ ৭০ টা বছৰেও চৰকাৰৰ উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা অতিকে জৰাজীৰ্ণ বোকাৰে পৰিপূৰ্ণ পথ মেৰামতিত ব্যস্ত হৈ পৰিল আৱাল বৃদ্ধ-বনিতা। যোৱাকালি...

Popular