স্থানীয় বাৰ্তা

নগাঁৱত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪৮৩ গৰাকীলৈ বৃদ্ধি ।

নগাঁও : নগাওঁ জিলাত ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। অৱশ্যে বিগত দিন কেইটাৰ তুলনাত আজি মাত্ৰ চাৰিজন লোক ক'ভিড-১৯ ত আক্রান্ত...

বেতজান চাহ বাগিচাৰ নৈশ চকীদাৰক হত্যা । ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ : গোর্খা ছাত্ৰ সন্থাৰ গৰিহণা ।

ডিৰাক সীমান্ত : তিনিচুকীয়া জিলাৰ মাকুম থানাৰ অন্তৰ্গত বেতজান চাহ বাগিচাত যোৱা নিশা এক হত্যাকাণ্ড সংঘটিত হয় । বাগিছাখনৰ নৈশ চকীদাৰৰ দায়িত্বত থকা জেকি...

বানপানীক লৈ নগাঁও জিলা প্ৰশাসনৰ তৎপৰতা ।

নগাঁও : কৰ'না আতংকৰ সময়ত সাম্ভাৱ্য বানপানীৰ জটিলতা আৰু ব্যৱস্থাপনা সন্দৰ্ভত নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয় সভা-কক্ষত কালি  জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ...

জামুগুৰিহাটত আন এগৰাকীৰ দেহত ক’ভিড পজিটিভ, ভীতিবিহ্বল জনসাধাৰণ ।

জামুগুৰিহাট : জামুগুৰিহাটৰ কেৱাৰীচুক গাঁৱৰ যুৱতী শান্তি বৰা(১৮)ৰ দেহত যোৱা ১৮ জুনত ক’ভিড পজিটিভ ধৰা পৰাৰ পিছতেই সমগ্ৰ অঞ্চলটি প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা...

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে যোৱা শুকুৰবাৰে বাঘজান ৱেলতো নিষিদ্ধ ঘোষণা কৰাৰ পিছত কালি উঠাই লোৱা জাননি দিয়াৰ আঁৰৰ ৰহস্য কি ?

তিনিচুকীয়া : বাঘজান বিজিআৰ নং ৫ ৱেল অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অনুমতি অবিহনে উৎপাদন চলাই আছে- এই কথা আমি কোৱা নাই স্বয়ং প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে যোৱা...

Popular