স্থানীয় বাৰ্তা

নাজিৰাত বান পীড়িত অঞ্চলত-ছাত্র পৰিষদৰ সজাতি দল ।

নাজিৰা : নাজিৰাত ভয়ংকৰ ৰূপত  বাঢ়ি অহা দিখৌ নৈৰ বাঢ়নি পানীক লৈ আতংকিত হৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতি আৰু নাজিৰা আঞ্চলিক সমিতিয়ে...

দ্বিতীয় দিনাও বিপদসীমাৰ ওপৰেদি প্ৰৱাহীত দিখৌ নদীৰ বাঢ়নি পানী । তিনিটাকৈ পৰিয়ালৰ ঘৰ – ভেটি ওচন : বানাক্ৰান্তক সাহাৰ্য আৰু বান-গড়াখহনীয়া প্ৰতিৰোধৰ দাবী ।

নাজিৰা : যোৱাকালি হঠাতে ফেনে-ফুটুকাৰে বাঢ়ি অহা দিখৌ নদীৰ বাঢ়নি পানী আজি দ্বিতীয় দিনাও বিপদসীমাৰ ওপৰেদি প্ৰৱাহমান । দিখৌ নদীৰ বাঢ়নি পানীয়ে নাজিৰা মহকুমাটোৰ...

উজনিৰ চাহ আধ্যুষিত এলেকাত ভয়াবহ অন্ধবিশ্বাসৰ ঘটনা : ডাইনী বুলি চুবুৰীয়া আৰু আত্মীয়ই ভাতৰ পাতৰ পৰা উঠাই আনি গাত ঢালিলে কেৰাচিন ।

নাজিৰা : মৰিয়নিৰ গাভৰু চাহ বাগিচাত একাংশ চাহ বাগিছাৰ লোকে বৰ্বৰতাৰ পৰিচয় দাঙি ধৰি দেৱাশীষ গগৈৰ দৰে এজন প্ৰকৃতি প্ৰেমী ছাত্ৰক  মৰিয়াই হত্যা কৰাৰ দৰে...

দৰং-ওদালগুৰি সীমান্তৰ কুহিয়াৰকুছিত এটা মৃতদেহক লৈ উত্তেজনা।

দৰং : দৰং-ওদালগুৰিৰ সীমান্তৰ কুঁহিয়াৰকুছিত এটি মৃতদেহক কেন্দ্ৰ কৰি এক  উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। খৈৰাবাৰী আৰক্ষী থানা এলেকাৰ এই গাঁওখনত  প্ৰশাসনে আৰক্ষী  মোটায়েম কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনা...

নাজিৰাত দিখৌৰ নৈৰ বাঢ়নি পানীয়ে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতি ।

নাজিৰা : কৰ'ণাৰ ভয়াৱহতাৰ মাজতেই আজি পুৱাৰে পৰি হঠাৎ বাঢ়ি অহা দিখৌৰ বাঢ়নী পানীয়ে নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰি তুলিছে...

Popular