স্থানীয় বাৰ্তা

বিধ্বস্ত নাজিৰা-গেলেকী মূল পথঃ আছু’ৱে অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ।

নাজিৰা : বিধ্বস্ত  গেলেকী নাজিৰা মূল পথটি নিৰ্মাণৰ দাবীত আজি নাজিৰা মহকুমা ছাত্ৰ সন্থা, গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই পথটি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বছৰ বছৰ ধৰি...

কৰিমগঞ্জত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ৪কোটি টকাৰ কেলেংকাৰি, থানাত গোচৰ।

কৰিমগঞ্জ : হাইলাকান্দিৰ পিছত এই বাৰ কৰিমগঞ্জৰ শিক্ষা বিভাগত  ৪ কোটি টকাৰ কেলেংকাৰী। কৰিমগঞ্জৰ সংখ্যালঘু ছাত্ৰৰ নামত অহা বৃত্তিৰ টকা তোলা হৈছে হাইকান্দি চি এছ পিৰ পৰা।...

বিএছএনএলৰ ফ’ৰ জি আপগ্ৰেডত চীনৰ সামগ্ৰী ব্যৱহাৰ কৰা নহ’ব । ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰৰ ঠিকা চীনা কোম্পানীৰ পৰা এৰোৱাৰ পদক্ষেপ ।

গুৱাহাটী :  দেশত চীনা সামগ্ৰী বৰ্জনৰ দাবী উত্থাপন হৈ আছে৷ গালৱান উপত্যকাত সেনাৰ সংঘৰ্ষত বাণিজ্যিক ক্ষেত্ৰত যে বেইজিঙক বহু সমস্যাৰ সৃষ্টি কৰিব তাৰ ইংগিত আৰম্ভ...

নামখলাত কভিড-১৯ পজিটিভৰ বাবে গণ সংক্ৰমণৰ আশংকাত অঞ্চলজুৰি চাঞ্চল্য ।

নামখলা :  নামখলাত কভিড-১৯ মহামাৰীৰ বাবে গণ সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চল৷ মে' মাহৰ ২৭ তাৰিখে চেন্নাইৰ পৰা আহিছিল গোমঠাপাৰা (দাসপাৰা) যুৱক কৰুণা দাস আৰু...

খাৰুপেটীয়াৰ ইছলামপুৰৰ পৰা পঞ্চাশৰ্ধো ব্যক্তি নিৰুদ্দেশ, থানাত এজাহাৰ দাখিল ।

দলগাও : খাৰুপেটীয়াৰ নিকটৱৰ্তী ইছলামপুৰ গাঁৱৰ পৰা  নিৰুদ্দেশ হয় এগৰাকী  ৫৪ বছৰীয়া লোক। ঘটনা সম্পৰ্কে পৰিয়ালৰ লোকে ধূলা থানাত  দাখিল কৰে  এখন এজাহাৰ।  এজাহাৰত উল্লেখ কৰা মতে ১৫ জুনত পুৱা দৰঙৰ...

Popular